বৃত্ত | Circle | Lesson 10 | Exercise 10.2 | অনুশীলনী 10.2 | Class 10 Mathematics Solution Assamese Medium | Class 10 Maths Solution Assam | দশম শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Chapter QR Code T7K8X5

OSPIN ACADEMY
0
Class 10 Mathematics Chapter 10 – Circle (বৃত্ত)

Exercise 10.2 (অনুশীলনী 10.2) in Assamese Medium

Class 10 Mathematics Chapter 10 Circle (বৃত্ত) অনুশীলনী 10.2 is a crucial part of the NCERT syllabus. This exercise focuses on the application of theorems related to tangents of a circle, including solving problems that enhance analytical and problem-solving skills.

NCERT Solutions for Class 10 Maths Chapter 10 – Circle (বৃত্ত)

The solutions for অনুশীলনী 10.2 include step-by-step reasoning and calculations, ensuring that students understand the underlying concepts. These solutions are crafted to provide a comprehensive understanding of the properties of tangents and their applications.

Class 10 General Mathematics Chapter 10 Solutions in Assamese Medium

We provide free NCERT solutions for Class 10 Mathematics in Assamese Medium, focusing on the concepts and questions of বৃত্ত (Circle) অনুশীলনী 10.2. These solutions are presented systematically for the ease of Assamese medium students, helping them achieve academic success.

Questions in অনুশীলনী 10.2:
প্রশ্ন 1 ৰ পৰা 3 লৈ শুদ্ধ উত্তৰ বাছি উলিওৱা আৰু উপযুক্ত কাৰণ দর্শোৱা:

1. এটা বিন্দু Q ৰপৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈর্ঘ্য 24 চে.মি. আৰু কেন্দ্ৰৰপৰা Qৰ দূৰত্ব 25 চে.মি. বৃত্তটোৰ ব্যাসার্দ্ধ হ'ল 

(A) 7 চে.মি.

(B) 12 চে.মি.

(C) 15 চে.মি.

(D) 24.5 চে.মি.

2. চিত্র 10.11ত যদি কেন্দ্র যুক্ত এটা বৃত্তৰ TP আৰু TQ দুডাল স্পর্শক, যাতে ∠POQ = 110°, তেন্তে ∠PTQ

(A) 60°

(C) 80°

(B) 70°

(D) 90° ৰ সমান।

3. যদি এটা বিন্দু Pব পৰা O কেন্দ্ৰযুক্ত এটা বৃত্তৰ PA আৰু PB স্পর্শকেইডালে পৰম্পৰ ৪০° কোণত হালি থাকে,

তেন্তে ∠POA

(A) 50°

(C) 70°

(B) 60°

(D) 80° ৰ সমান।

4. প্রমাণ কৰা যে বৃত্তৰ ব্যাসৰ মূৰত টনা স্পর্শকবোৰ সমান্তবাল।

5. প্রমাণ কৰা যে বৃত্তৰ স্পৰ্শকৰ স্পৰ্শবিন্দুত টনা লম্বডাল কেন্দ্ৰৰ মাজেৰে যায়।

6. বৃত্তৰ কেন্দ্ৰৰপৰা 5 চে.মি. দূৰত্বত থকা এটা বিন্দু A ৰপৰা স্পর্শক এডালৰ দৈর্ঘ্য 4 চে.মি.। বৃত্তটোৰ ব্যাসার্দ্ধ নির্ণয় কৰা।

7. 5 চে.মি. আৰু 3 চে.মি. ব্যাসার্দ্ধৰ দুটা ঐককেন্দ্ৰিক বৃত্ত আছে। ডাঙৰ বৃত্তৰ জ্যাডালে সৰু বৃত্তক স্পর্শ কৰে, জ্যাডালৰ দৈৰ্ঘ্য নির্ণয় কৰা।

৪. এটা বৃত্তক স্পৰ্শ কৰাকৈ ABCD এটা চতুর্ভুজ আঁকা হ'ল (চিত্র 10.12 চোৱা)। প্রমাণ কৰা যে AB + CD = AD + BC

9. চিত্র 10.13ত, O কেন্দ্র যুক্ত বৃত্তৰ XY আৰু X'Y' দুডাল সমান্তৰাল স্পর্শক আৰু স্পর্শ বিন্দু C ত আন এডাল স্পর্শক AB য়ে XY ক Aত আৰু X'Y' ক ত কাটে। প্রমাণ কৰা যে ∠AOB = 90°

10. প্রমাণ কৰা যে বৃত্তৰ এটা বহিঃ বিন্দুৰপৰা টনা স্পর্শক দুডালৰ মাজৰ কোণটো স্পর্শবিন্দু দুটা সংযোগী বেখাখণ্ডৰদ্বাৰা কেন্দ্রত সম্মুখকৈ উৎপন্ন কৰা কোণটোৰ সম্পূৰক।

11. প্রমাণ কৰা যে এটা বৃত্তক স্পর্শ কৰা সামান্তৰিকটো এটা ৰম্বাচ।

12. 4চে.মি. ব্যাসার্দ্ধৰ এটা বৃত্তক স্পর্শ কৰাকৈ ABC এটা ত্রিভুজ আঁকা হ'ল যাতে স্পর্শবিন্দু Dব দ্বাৰা বিভক্ত BC ব খণ্ড BD আৰু DC ব দৈর্ঘ্য যথাক্রমে ৪ চে.মি. আৰু 6 চে.মি. (চিত্র 10.14 চোৱা)। AB আৰু AC বাহুৰ দৈর্ঘ্য নির্ণয় কৰা।

13. প্রমাণ কৰা যে এটা বৃত্তক স্পর্শ কৰি থকা এটা চতুর্ভুজৰ বিপৰীত বাহুবোৰে বৃত্তটোৰ কেন্দ্ৰত সম্মুখকৈ সম্পূৰক কোণ কৰে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Thank You

Thank You

Post a Comment (0)
Our website uses cookies to enhance your experience. Learn More
Accept !