পৃথিৱী আকাৰ আৰু আকৃতি | Chapter 2 | Class 6 Social Science | Question and Answer Assam | ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |class 6 homaj Bigyan lesson 2 Question Answer

OSPIN ACADEMY
0

বিষয়ঃ সমাজ বিজ্ঞান 

শ্ৰেণীঃ (VI)


অধ্যায় – 2 

পৃথিৱী আকাৰ আৰু আকৃতি

প্রশ্ন ১। তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া:

(ক) কর্কটক্রান্তি ৰেখা কাক বোলে?

উত্তৰ: পৃথিবীৰ ওপৰেদি কল্পনা কৰা ২৩.৫°, উত্তৰ অক্ষৰেখাডালক কর্কটক্রাগি বেখা বুলি কোৱা হয়।


(খ) তাপমণ্ডল তিনিটা কি কি?

উত্তৰ: তাপমণ্ডল তিনিটা হ'ল গ্রীষ্ম বা উষ্ণমণ্ডল, সমমণ্ডল আৰু শীতমণ্ডল।


(গ) অক্ষৰেখা কাক বোলে?

উত্তৰ: পৃথিবীৰ ওপৰেদি বিষুব ৰেখাৰ সমান্তৰালকৈ কল্পনা কৰা পূবা-পশ্চিমা ৰেখাবোৰক অক্ষরেখা বুলি কোৱা হয়।


(ঘ) দ্রাঘিমাৰেখা কাক বোলে?

উত্তৰ: পৃথিৱীৰ উপৰিভাগত উত্তৰ মেৰু আৰু দক্ষিণ মেরুক সংযোগ কৰি কিছুমান - ৰেখা কল্পনা কৰা হৈছে। এই ৰেখাবোৰকে দ্রাঘিমা ৰেখা বোলে।


(৫) গ্রীষ্মমণ্ডল আটাইতকৈ উষ্ম কিয় হয়?

উত্তৰ: বছৰৰ প্ৰায় সকলো সময়তে গ্রীষ্মমণ্ডলত সূর্যৰ পোহৰ পোনপটীয়াকৈ পৰে। সেইবাবে এই অঞ্চলটো আটাইতকৈ অধিক উষ্ম হয়।


(চ) বিষুৱৰেখা কোনটো তাপমণ্ডলত অবস্থিত?

উত্তৰ : গ্রীষ্মমণ্ডলত অৱস্থিত।


(ছ) মেৰু অঞ্চলত সাগৰৰ পানী কিয় গোট মাৰি থাকে?

উত্তৰ: মেৰু অঞ্চলত সূৰ্যৰ পোহৰ অতি হেলনীয়াভাবে পৰে। ইয়াত ছমাহ কাল সূর্যৰ ৰশ্মি হেলনীয়া আৰু ছমাহকাল সূর্যৰ ৰশ্মি নপৰে। সেয়ে ইয়াত পানী গোট মাৰি থাকে।


প্রশ্ন ২। কেৱল উত্তৰ দিয়া:

(ক) কর্কটক্রান্তি বৃত্তটো পৃথিবীৰ কোনটো গোলার্ধত কল্পনা কৰা হৈছে?

উত্তৰঃ উত্তৰ গোলার্ধত।


(খ) কি কাল্পনিক ৰেখাই পৃথিৱীৰ কেন্দ্ৰৰ দুই মেৰু বিন্দুক সংযোগ কৰিছে?

উত্তৰ: মেৰুদণ্ডই।


(গ) গোলকৰ কোনটো ফালে উত্তৰ মেৰু থাকে?

উত্তৰ: উত্তৰ দিশত অর্থাৎ ওপৰৰফালে।


(ঘ) বিষুব ৰেখাৰ অক্ষাংশ কিমান?

উত্তৰঃ 0°


(ঙ) তুমি কোন গোলার্ধৰ বাসিন্দা?

উত্তৰ: উত্তৰ গোলার্ধৰ।


প্রশ্ন ৩। শুদ্ধটোত (✔) চিন দিয়া:

(ক) মুখ্য দ্রাঘিমাৰ মান হৈছে- 

(১) ৯০° (২) 0°(৩) ৬৬°

(খ) শীতমণ্ডলৰ অৱস্থান হৈছে- 

(১) মেৰু অঞ্চলত (২) বিষুবীয় অঞ্চলত

(গ) বিষুৱৰ পৰা কিমান ডিগ্রী অক্ষাংশত মকৰক্ৰান্তি পোৱা যাব?

(১) ৬৬.৫° দক্ষিণ অক্ষাংশ, (২) ২৩.৫° দক্ষিণ (৩) ২৩.৫° উত্তৰ 

(ঘ) ১০ অন্তৰে অন্তৰে দ্রাঘিমা ৰেখাৰ মুঠ সংখ্যা হ'বঃ

(১) ১৮০ ডাল, (২) ৩৬০ ডাল, (৩) ১৯০ ডাল।

উত্তৰ :

(ক) ০° 

(খ) মেৰু অঞ্চলত 

(গ) ২৩২ দক্ষিণ 

(ঘ) ১৮০ ডাল


প্রশ্ন ৪। (ক) বিষুৰ ৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণ দিশে বিস্তৃত হৈ থকা তাপমণ্ডলটোৰ নাম কি?

উত্তৰ: উত্তৰ নাতিশীতোষ্ণ মণ্ডল আৰু দক্ষিণ নাতিশীতোষ্ণ মণ্ডল।


(খ) সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰা অঞ্চলত সাগৰৰ পানী সাধাৰণতে কি অৱস্থাত থাকে?

উত্তৰ: গোটা অৱস্থাত অর্থাৎ বৰফৰ ৰূপত।


Chapter 2 - পৃথিৱীৰ আকাৰ আৰু আকৃতি

Assam Board Class 6 Social Science - সমাজ বিজ্ঞান Chapter 2 পৃথিৱীৰ আকাৰ আৰু আকৃতি

অসমীয়া মাধ্যমত পাঠ্যপুস্তক সমাধান

নতুনকৈ সংশোধিত অসম ব’ৰ্ড ক্লাছ ৬ সমাজ বিজ্ঞানৰ চেপ্টাৰ ২ পৃথিৱীৰ আকাৰ আৰু আকৃতি পাঠ্যপুস্তক সমাধান অসমীয়া মাধ্যমত মুকলি হৈছে, আৰু ইয়াৰ সন্মুখীনতা Ospin Academyত উপলব্ধ।

কিয় আমাৰ পাঠ্যপুস্তক সমাধান বাচিব?

ছাত্ৰ-ছাত্ৰীৰ পৰা যিসকল সৰ্বশেষ সমাজ বিজ্ঞানৰ চেপ্টাৰ ২ পৃথিৱীৰ আকাৰ আৰু আকৃতি বইৰ সমাধান বিচাৰি আছে, তেওঁলোকে ক্লাছ ৬ SEBA অসমীয়া মাধ্যমৰ PDF বিনামূলীয়া ডাউনলোড কৰিব পাৰে।

আমাৰ সমাধানৰ মূল বৈশিষ্ট্যসমূহ

  • প্ৰত্যেক প্ৰশ্নৰ উত্তৰ ধাপে ধাপে বৰ্ণনা কৰা হৈছে।
  • চেপ্টাৰটো সমগ্ৰকৈ বুজাই দিয়া হৈছে আৰু সহজ ভাষাত বৰ্ণনা কৰা হৈছে।
  • এই সমাধানবোৰে ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ বাবে ভাল প্ৰস্তুতি লাভত সহায় কৰে।

পাঠ্যপুস্তক সমাধান কিদৰে সহায় কৰে

SEBA Class 6 Social Science পাঠ্যপুস্তক সমাধানবোৰ ছাত্ৰ-ছাত্ৰীৰ মাক্সৰ ফলাফল বৃদ্ধি কৰিবলৈ আৰু পাঠ্যসূচী বুজিবলৈ সহায় কৰে।

এই সমাধানসমূহ:

  • পঢ়িবলৈ সহজ আৰু বুজাত সহায়ক।
  • সাম্প্ৰতিক পাঠ্যসূচী আৰু পদ্ধতিৰ ওপৰত আধাৰিত।
  • বাস্তৱ জীৱনৰ উদাহৰণৰ সৈতে যুক্ত।

Ospin Academyৰ সৈতে আপোনাৰ জ্ঞান বৃদ্ধি কৰক

অধিক সহায়ক কণ্টেণ্ট আৰু উচ্চ-গুণগত সমাধানৰ বাবে Ospin Academyত পৰিদৰ্শন কৰক। আপোনাৰ অধ্যয়ন আৰু পৰীক্ষাৰ প্রস্তুতি উন্নত কৰক!

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Thank You

Thank You

Post a Comment (0)
Our website uses cookies to enhance your experience. Learn More
Accept !