Class 7 Mathematics Exercise 11.2 Solution in Assamese And English , SCERT Assam Class 7 Maths Exercise 11.2 Chapter QR code S1Y8F6 and Chapter QR code T6B4K7 Perimeter And Area (পৰিসীমা আৰু কালি)

OSPIN ACADEMY
0
NCERT Solutions - Classes 6 to 10

Welcome to Ospin Academy

Your one-stop solution for NCERT answers from Classes 6 to 10

NCERT Solutions

Get Free NCERT PDFs

If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):



Exercise 11.2
1. Find out the circumference of the circle using the diameter given below: 

(a) 28 cm
(b) 56 mm
(c) 42 cm

2. What length of fencing wire will be required to fence a garden of radius 14 m?
What will be the expenditure if the cost of fancing wire is ₹55:00 per meter ?
3. Find the circumference of the half circle shaped region given in the adjacent figure.
4. The diameter of a wheel of a vehicle is 70 cm. How many times will the wheel will be needed to rotate to complete the distance of 33 km? 

5. The radius of a circle is 84 cm and radius of another circle is 91 cm. By how much is the circumference of the second circle is more than the first circle?

6. The length of side of a square is 3 m and the radius of a circle is 7m. Find the difference of the perimeter of the square and the circumference of the circle.

7. Runima made a circle with a 44 cm string. Find out the diameter of the circle in cm ? If a square is made with the same string, then what will be the length of each side of the square? 

8. The diameter of a wheel of a vehicle is 98 cm. What distance the vehicle will cover when the wheel rotates 300 times?

9. 2640.00 has been spent to fence circular garden. What will be the circumference of the garden if the cost of fencing is 28.00 per meter?

10. A circular portion of radius 4 cm is taken away from a circular paper of radius 10 cm. By what length the circumference of the removed piece of paper is smaller than the circumference of the first piece of paper.

অনুশীলনী-11.2
1. তলত দিয়া ব্যাস ব্যৱহাৰ কৰি বৃত্তবোৰৰ পৰিধি উলিওৱা 

(a) 28 চে মি

(b) 56 মি মি

(c) 42 চে মি

22 2. 14 মিটাৰ ব্যাসার্ধৰ বৃত্তাকৃতি বাগিচা এখনত কাঁটাতাঁৰৰ বেৰ (fence) দিবলৈ কিমান দৈৰ্ঘ্যৰ তাঁৰৰ প্ৰয়োজন হ'ব? প্রতিমিটাৰ কাঁটাতাঁৰৰ দাম 5500 টকা। হ'লে বাগিচাখন বেবোতে কিমান খৰচ পৰিব?

3. কাষৰ চিত্ৰত দিয়া জোখমতে অর্ধাবৃত্তাকৃতি ক্ষেত্ৰখনৰ পৰিসীমা নির্ণয় কৰা।

4. গাড়ীৰ চকা এটাৰ ব্যাস 70 চে মি। গাড়ীখনে 33 কিমি অতিক্রম কৰিলে চকাটোৰে কিমান পাক ঘূৰিব লাগিব। (স)

-10 চেমি-

5. এটা বৃত্তৰ ব্যাসার্ধ 84 চে মি আৰু আন এটা বৃত্তৰ ব্যাসার্ধ 91 চে মি। দ্বিতীয় বৃত্তটোৰ পৰিধি প্ৰথমটোতকৈ কিমান বেছি নির্ণয় কৰা।

6. এটা বৰ্গৰ বাহুৰ দীঘ ও মিটাৰ আৰু এটা বৃত্তৰ ব্যাসার্ধ 7 মিটাৰ। বৰ্গৰ পৰিসীমা আৰু বৃত্তটোৰ পৰিধিৰ পার্থক্য কিমান মিটাৰ হ'ব?

7. কণিমাই 44 চে মি দৈৰ্ঘ্যৰ তাঁৰ এডাল লৈছিল আৰু ইয়াক বৃত্ত আকৃতিত ভাঁজ দিছিল। বৃত্তটোৰ ব্যাস কিমান চে মি হ'ব? একেডাল তাঁৰেৰে যদি এটা বৰ্গৰ আকৃতিত ভাঁজ দিয়া হয় তেন্তে বৰ্গটোৰ প্ৰত্যেক বাহুৰ দৈৰ্ঘ্য কিমান হ'ব? 

৪. এখন গাড়ীৰ চকাৰ ব্যাস 98 চে মি। চকাটো 300 পাক ঘূৰিলে কিমান দূৰ বাট অতিক্ৰম কৰিব নিৰ্ণয় কৰা।

9. বৃত্তাকৃতি বাগিচা এখনৰ চাৰিওপিনে জেওৰা দিওঁতে মুঠতে 2640 টকা খৰচ হ'ল। প্ৰতি মিটাৰ জেওৰাৰ খৰচ 28 টকা হ'লে বাগিচাখনৰ পৰিধি কিমান মিটাৰ হ'ব?

10. 10 চে মি ব্যাসার্ধৰ বৃত্তাকাৰ কাগজ এটুকুৰাৰ পৰা 4 চেমি ব্যাসার্ধৰ কাগজ এটুকুৰা কাটি পেলাই দিয়া হ'ল। কাটি পেলোৱা টুকুৰাটোৰ পৰিধি প্রথম কাগজ টুকুৰাৰ পৰিধিতকৈ কিমান সৰু?

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Thank You

Thank You

Post a Comment (0)
Our website uses cookies to enhance your experience. Learn More
Accept !