Welcome to Ospin Academy
Your one-stop solution for NCERT answers from Classes 6 to 10
NCERT Solutions
Get Free NCERT PDFs
If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):
Exercise - 11.3
1. Write the correct answer from the given options:
(i) The area of the circle of radius 10'5 cm will be
(a) 346'5 sq.cm
(b) 340'5 sq.cm
(c) 34-65 sq.cm
(d) 34:05 sq.cm
(ii) The radius of a circular paper of area 616 sq.cm is
(a) 7 cm
(b) 28 cm
(c) 14 cm
(d) 3'5 cm
2. Draw the circles with following radius and the area of t the circles-Take pi = 22/7 ]
(a) 5 cm
(b) 46 cm
(c) 55 m
3. Find the radius and diameter of the circles whose area is given below-
(a) 154 cm
(b) 550/7 * cm
4. Find the cost of polishing circular table of radius 3meter if the cost of expenditure is₹30.00 per sq.meter. (pi = 3×14)
5. The radius of a circle is 84 cm and radius another of circle is 91 cm. By how much is amount the area of the second circle more than the first circle. (pi = 22/7)
6. A square is made by folding a string from a circle of circumference 28 cm.
(a) Find the area of square and circle
(b) Which area will be greater and how much?
7. Find the area of the shaded part of the figures given below-
8. There is a path of breadth 1 meter around a circlular flower garden. The diameter of the garden is 66 meter. Find out the area of the path. Take (pi = 3 * 14)
9. The circumference of a circle is 314 cm. Find out the radius and area of the circle (pi = 3×14)
10. From a square sheet aluminium having side of 6 cm, a circlular portion of radius 2cm is cut out. What is the area of aluminium sheet that will be left over? (pi = 3 * 14)
11. Find out the circumference and area of a half circle of diameter 21 cm. (pi = 22/7)
12. The area of a circuler disc is 38.5 5sq.cm. What is s the circumference of the disc? (pi = 22/7)
13. A path of 1 meter breadth is constructed inside a square shaped garden of side measuring 30 meter. Find the area of the path?
14. Two pedestrian path ways of breadth 1 meter each is constructed mutually perpendicular through the middle of a square garden of side measuring 30 meter.
(i) Find out the area of pedestrian path ways.
(1) What will be the total amount of expenditure to plant carpet grass in the remaining area if the cost of per sq. meter of carpet grass is ₹402
15. There is a path of 3 meter breadth out side of a park of length 125 meter and breadth 65 meter. Find out the area of the path.
16. From a rectangular aluminium sheet of 10 meter length and 5 meter breadth, two circles of 2 meter radius are removed. Find the area of remaining part of the rectangular sheet.
17. A veranda of breadth 225 meter is constructed surrounding a rectangular room of length 5'5 meter and breadth 4 meter-
(1) Find the area of the veranda.
(ii) Find out the cost of construction of the veranda if the cost of per sq.meter of construction is₹200.
অনুশীলনী-11.3
∎. শুদ্ধ উত্তৰটো লিখাঃ
(i)10'5 চেমি ব্যাসার্ধৰ বৃত্ত এটাৰ কালি হ'ব
(a) 346:5 কাচে মি
(b) 340-5 বর্গ চে মি
(c) 34-65 বর্গ চে মি.
(d) 34:05 বর্গ চে মি
ii) বৃত্তাকৃতিৰ কাগজ এখনৰ কালি 616 বর্গ চেমি হ'লে কাগজখনৰ ব্যাসার্ধ হ'ব।
(a) 7 চেমি
(b) 28 চে মি
(c) 14চে মি
(d) 3:5 চে মি
তলত দিয়া ব্যাসার্ধ ব্যৱহাৰ কৰি বৃত্তবোৰ অংকন কৰি কালি নিৰ্ণয় কৰা
(a) 5 চে মি
(c) 5'5 মিটাৰ
(b) 46 চেমি
3. তলৰ বৃত্তবোৰৰ কালি দিয়া আছে, ব্যাসার্ধ আৰু ব্যাস নির্ণয় কৰা।
(a) 154 বর্গ ডে মি
(৮) বর্গ চে মি 550/7
4. 3 মিটাৰ ব্যাসৰ এখন বৃত্তাকৃতিৰ টেবুলত বং লগাওঁতে কিমান খৰচ হ'ব, যদিহে প্রতি বর্গমিটাৰত খৰচ হয়। 30 টকা (pi = 3 * 14) লোৱা)
5. এটা বৃত্তৰ ব্যাসার্ধ ৪4 চে মি আৰু আন এটা বৃত্তৰ ব্যাসার্ধ 91 চে মি। দ্বিতীয় বৃত্তটোৰ কালি প্রথমটোতকৈ কিমান বেছি। নির্ণয় কৰা। ল'বা) ( pi = 22/7
6. 28 চে মি তাঁৰেৰে তৈয়াৰ কৰা বৃত্ত এটা ভাঁজ কৰি এটা বর্গ তৈয়াৰ কৰা হ'ল।
(a) বর্গ আৰু বৃত্তব কালি নির্ণয় কৰা।
7. তলৰ চিত্ৰবোৰৰ আঁচটনা অংশৰ কালি উলিওৱা।
(b) কোনটোৰ কালি বেছি হ'ব আৰু কিমান বেছি?
08-
৪চেমি-
DE
৪. এখন বৃত্তাকৃতিৰ ফুলনিৰ বাহিৰৰ চাৰিওফালে । মিটাৰ বহলৰ ৰাস্তা এটা আছে। ফুলনিখনৰ ব্যাস 66 মিটাৰ। ৰাস্তাটোৰ কালি নিৰ্ণয় কৰা। (pi = 3 * 14)
9. এটা বৃত্তৰ পৰিধি 314 চে মি। বৃত্তটোৰ ব্যাসার্ধ আৰু কালি নির্ণয় কৰা। (pi = 3 * 14)
10. 6 চে মি বাহুৰ বৰ্গাকৃতি এলুমিনিয়ামৰ পাত এখিলাৰ পৰা 2 চেমি ব্যাসার্ধৰ বৃত্ত এটা কাটি উলিয়াই দিয়া
হ'ল। ৰৈ যোৱা এলুমনিয়াম পাতখিলাৰ কালি কিমান হ'ব? (pi = 3 * 14)
11. 21 চে মি ব্যাসৰ অর্ধবৃত্ত এটাৰ পৰিধি আৰু কালি নির্ণয়। কৰা 1(pi = 22/7)
12. বৃত্তাকৃতিৰ কাঁহী এখনৰ কালি 38.5 বৰ্গচে মি। । কাঁহীখনৰ পৰিধি হ'ব?
13. 30 মিটাৰ বাহু বিশিষ্ট বর্গাকৃতিৰ বাগিচা এখনৰ সীমাৰ ভিতৰেদি। মিটাৰ প্ৰস্থৰ ৰাস্তা বন্ধা হৈছে। ৰাস্তাটোৰ কালি নিৰ্ণয় কৰা।
14. 30. মিটাৰ বাহু বিশিষ্ট বর্গাকৃতিৰ বাগিচা এখনৰ সোঁমাজেৰে। মিটাৰ বহলৰ দুটা পদপথ লম্বভাবে কটাকৈ নির্মাণ কৰা হৈছে।
(i) পদপথৰ কালি নির্ণয় কৰা।
(ii) বাকী অংশৰ প্ৰতি বর্গ মিটাৰত কার্পেট ঘাঁহ লগাবলৈ 40 টকাকৈ খৰচ হ'লে মুঠ খৰচ কিমান হ'ব?
15. এখন 125 মি দৈর্ঘ্য আৰু 65 মি প্ৰন্থৰ আয়তাকৃতিৰ উদ্যানৰ বাহিৰৰ চাৰিওফালে 3 মি বহলৰ বাস্তা
আছে। এই ৰাস্তাটোৰ কালি উলিওৱা।
16. 10 মিটাৰ দৈৰ্ঘ্যৰ আৰু 5 মিটাৰ প্ৰস্থৰ আয়তাকৃতিৰ পাত এখিলাৰ পৰা 2 মিটাৰ ব্যাসার্ধৰ বৃত্ত দুটা কাটি পেলাই দিয়া হ'ল। আয়তাকৃতিৰ পাতখিলাৰ ৰৈ যোৱা অংশৰ কালি কিমান হ'ব?
17. এটা 5'5 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল কোঠাৰ চাৰিওফালে সংলগ্ন কুৰি 2.25 মিটাৰ বহল এখন বাৰাণ্ডা বনোৱা হ'ল।
(i) বাৰাণ্ডাৰ কালি উলিওৱা।
(ii) প্রতি বর্গ মিটাৰত 200 টকাকৈ খৰচ হ'লে বাৰাণ্ডাখনৰ মজিয়া পকী কৰোঁতে খৰচ কিমান হ'ব?
Thank You