Welcome to Ospin Academy
Your one-stop solution for NCERT answers from Classes 6 to 10
NCERT Solutions
Get Free NCERT PDFs
If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):
Buy Our Courses
Enroll in our comprehensive courses for Classes 6 to 10 to enhance your learning and ace your exams!
Buy Courses Nowঅনুশীলনী 11.1
Class 10 Mathematics Chapter 11 – Constructions (অংকন)
Exercise 11.1 (অনুশীলনী 11.1) in Assamese Medium
Class 10 Mathematics Chapter 11 Constructions (অংকন) অনুশীলনী 11.1 is an integral part of the NCERT curriculum for Assamese medium students. This chapter focuses on practical geometry, teaching students how to construct geometric figures with precision and accuracy.
NCERT Solutions for Class 10 Maths Chapter 11 – Constructions
The solutions for অনুশীলনী 11.1 provide clear, step-by-step instructions for constructing geometric shapes as per the given criteria. These solutions are carefully prepared by subject experts, making it easy for students to understand and apply the concepts in their exams.
Class 10 General Mathematics Chapter 11 Solutions in Assamese Medium
We provide free NCERT solutions for Class 10 Mathematics in Assamese Medium, covering all the concepts of Constructions (অংকন), including the problems in অনুশীলনী 11.1. These solutions help students master construction techniques and enhance their geometrical reasoning skills.
1. 7.6 চে.মি. দৈর্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকা আৰু ইয়াক 5:৪ অনুপাতত ভাগ কৰা। ভাগ দুটা জোখা।
2. 4 চে.মি., 5 চে.মি. আৰু 6 চে.মি. বাহুৰ এটা ত্রিভুজ আঁকা আৰু তাৰ পিছত ইয়াৰ সদৃশ হোৱাকৈ এটা ত্রিভুজ আঁকা যাৰ বাহুবোৰ প্ৰথম ত্রিভুজটোৰ অনুৰূপ বাহুবোৰৰ 2/3 গুণ হয়।
3. 5 চে.মি., 6 চে.মি. আৰু 7 চে.মি. বাহুযুক্ত এটা ত্রিভুজ আঁকা আৰু তাৰ পিছত আন এটা ত্রিভুজ আঁকা যাৰ বাহুবোৰ প্ৰথম ত্রিভুজটোৰ অনুৰূপ বাহুবোৰৰ 7/5 গুণ হয়।
4. ভূমি ৪ চে.মি. আৰু উন্নতি 4 চে.মি. যুক্ত এটা সমদ্বিবাহু ত্রিভুজ আঁকা আৰু তাৰ পিছত আন
এটা ত্রিভুজ আঁকা যাৰ বাহুবোৰ সমদ্বিবাহু ত্রিভুজটোৰ অনুৰূপ বাহুবোৰৰ 1×1/2 গুণ।
5. BC = 6 চে.মি., AB = 5 চে.মি. আৰু angle ABC = 60° যুক্ত ABC এটা ত্রিভুজ আঁকা। গুণ হয়। তাৰ পিছত এটা ত্রিভুজ আঁকা যাৰ বাহুবোৰ ABC ত্রিভুজটোৰ অনুৰূপ বাহুবোৰৰ 3/4 গুণ হয়।
6. BC = 7 চে.মি., angle B = 45° A = 105° যুক্ত ABC এটা ত্রিভুজ আঁকা। তাৰ পিছত, এটা ত্রিভুজ আঁকা যাৰ বাহুবোৰ triangle ABC ৰ অনুৰূপ বাহুবোৰৰ 4/3 গুণ।
7. এটা সমকোণী ত্রিভুজ আঁকা য'ত বাহুবোৰৰ (অতিভূজক বাদ দি) দৈর্ঘ্য 4 চে.মি. আৰু 3 চে.মি.। তাৰ পিছত আন এটা ত্রিভুজ আঁকা যাৰ বাহুবোৰ প্ৰদত্ত ত্রিভুজটোৰ অনুৰূপ বাহুবোৰৰ 5/3 গুণ।
Thank You