Welcome to Ospin Academy
Your one-stop solution for NCERT answers from Classes 6 to 10
NCERT Solutions
Get Free NCERT PDFs
If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):
Buy Our Courses
Enroll in our comprehensive courses for Classes 6 to 10 to enhance your learning and ace your exams!
Buy Courses Nowপৃষ্ঠকালি আৰু আয়তন
Class 10 Mathematics Chapter 13 Surface Areas and Volumes (পৃষ্ঠকালি আৰু আয়তন) অনুশীলনী 13.3 is an important part of the NCERT solutions for Assamese medium students. These solutions have been created to simplify concepts and help students effectively prepare for their exams.
NCERT Solutions for Class 10 Maths Chapter 13 – Surface Areas and Volumes
The solutions for অনুশীলনী 13.3 provide a step-by-step approach to solving problems related to surface areas and volumes. These solutions are prepared by subject experts, ensuring clarity and accuracy to help students develop a deep understanding of the concepts.
Class 10 General Mathematics Chapter 13 Solutions in Assamese Medium
We offer free NCERT solutions for Class 10 Mathematics in Assamese Medium, including clear explanations and solved examples for Surface Areas and Volumes (পৃষ্ঠকালি আৰু আয়তন) অনুশীলনী 13.3. This content is designed to make it easier for students to grasp challenging topics and perform well in exams.
1. 4.2 ছে.মি. ব্যাসাৰ্দ্ধৰ ধাতুৰ গোলক এটা গলাই পেলোৱা হ'ল আৰু তাক পুনৰ 6 চে.মি. ব্যাসার্দ্ধৰ এটা বেলন আকৃতি দিয়া হ'ল। বেলনটোৰ উচ্চতা নির্ণয় কৰা।
2. 6 চে.মি., ৪ চে.মি. আৰু 10 চে.মি., ব্যাসার্দ্ধৰ তিনিটা ধাতুৰ গোলক গলাই এটা নতুন গোলক তৈয়াৰ কৰা হ'ল। নতুন গোলকটোৰ ব্যাসার্দ্ধ নিৰ্ণয় কৰা।
3. 20 মিটাৰ গভীৰ আৰু 7 মিটাৰ ব্যাসৰ এটা কুৱা খান্দি তাৰ মাটিখিনি সমভাবে বহলাই 22 মি. × 14 মি. জোখৰ প্লেটফর্ম এখন প্ৰস্তুত কৰা হ'ল। প্লেটফৰ্মখনৰ উচ্চতা নিৰ্ণয় কৰা।
4. এটা 3 মিটাৰ ব্যাসৰ কুঁৱা 14 মিটাৰ গভীৰলৈ খন্দা হ'ল। ইয়াৰ পৰা ওলোৱা মাটিখিনি সমানভাৱে
বহলাই 4 মিটাৰ প্ৰস্থৰ বৃত্তাকাৰ আঙঠিসদৃশ এটা ঢাপ সজোৱা হ'ল। ঢাপটোৰ উচ্চতা নিৰ্ণয় কৰা।
5. 12 চে.মি. ব্যাস আৰু 15 চে.মি. উচ্চতাৰ লম্বীয় বৃত্তাকাৰ বেলন আকৃতিৰ এটা পাত্র আইচক্রীমেবে পূর্ণ হৈ আছে। আইচক্রীমখিনি 12 চে.মি. উচ্চতা আৰু 6 চে.মি. ব্যাসৰ ওপৰৰ ফালে অৰ্দ্ধগোলক আকৃতিৰ শংকুত ভৰাব লাগে। এই আইচক্রীমখিনিৰে পূৰাব পৰা এনে কিমান সংখ্যক শংকু পাম নির্ণয় কৰা।
6. 5.5 চে.মি. × 10 চে.মি. × 3.5 চে.মি. মাপৰ এটা চৌপল সাজিবলৈ 1.75 চে.মি. ব্যাস আৰু 2 মি.মি. ডাঠৰ কিমানটা ৰূপৰ মুদ্রা গলাব লাগিব?
7. 32 চে.মি. ওখ আৰু 18 চে.মি. ভূমিব্যাসাদ্ধ বিশিষ্ট এটা বেলন আকৃতিৰ বাল্টি বালিৰে পূৰ্ণহৈ আছে। এই বাল্টিটো মাটিত খালী কৰাত এটা শংকু আকৃতিৰ দ'ল সৃষ্টি হ'ল। শংকু আকৃতিৰ দ'লটোৰ উচ্চতা 24 চে.মি. হ'লে, শংকুটোৰ ব্যাসার্দ্ধ আৰু হেলনীয়া উচ্চতা নিৰ্ণয় কৰা।
৪. 6 মি. বহল আৰু 1.5 মি. গভীৰ এটা নলাৰে 10 কি.মি./ঘণ্টা বেগেৰে পানী বৈ আছে। 30 মিনিটত ই কিমান ক্ষেত্ৰত জলসিঞ্চন কৰিব পাৰিব, যদি পানীৰ স্থিৰ উচ্চতা ৪ চে.মি. প্রয়োজন?
9. এজন খেতিয়কে তেওঁৰ পথাৰত থকা 10 মি. ব্যাস আৰু 2 মি. গভীৰতাৰ এটা বেলন আকৃতিৰ চৌবাচ্চাৰ লগত 20 চে.মি. ভিতৰ ব্যাসৰ এডাল পাইপ এটা নলাৰ লগত সংযোগ কৰি দিলে। যদি 3 কি.মি./ঘণ্টা হাৰত পাইপেৰে পানী বৈ যায় তেন্তে চৌবাচ্চাটো ভর্তি হ'বলৈ কিমান সময় লাগিব?
Thank You